মাজনিশা ভূমিকম্পই জোকাৰি গ’ল অসম। নিশা ১বাজি ৫৫ মিনিটত অনুভূত জোকাৰণি। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.২। ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মণিপুৰ।