বিকল ইণ্টাৰনেট চাৰ্ভাৰ, স্তব্ধ অইলৰ কাম-কাজ! লাহে লাহে আৰম্ভ হৈছে সংযোগ

অইল ইণ্ডিয়া লিমিটেডৰ ইণ্টাৰনেট চাৰ্ভাৰ বিকল হৈ আছে যদিও কেতবোৰ প্ৰযুক্তি প্ৰয়োগ কৰি আৰম্ভ কৰিছে বিভাগীয় কাম-কাজ । অইল ইণ্ডিয়া লিমিটেডৰ ইণ্টাৰনেট চাৰ্ভাৰ বিকল হোৱাত সম্পূৰ্ণ স্তব্ধ হৈ পৰিছিল প্ৰতিষ্ঠানটোৰ প্ৰায় বিলাক কাম-কাজ। ইণ্টাৰনেটৰ চাৰ্ভাৰ বিকল হোৱাৰ ফলত কোম্পানীটোৰ আন্তঃযোগাযোগ বিছিন্ন হৈ পৰিছিল । শুকুৰবাৰে এই সৰ্ন্দভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে অইলৰ মুখপাত্ৰ ত্ৰিদীপ হাজৰিকাই ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্গাপূজাৰ সপ্তমীত অতিৰিক্ত বন্ধ ঘোষণা; ১৭ অক্টোবৰত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়

দুৰ্গাপূজাৰ মহাসপ্তমী উপলক্ষে অসম চৰকাৰে ২০২৬ চনৰ ১৭ অক্টোবৰ,...