দুধনৈ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ৩ দুৰ্ধৰ্ষ ডকাইত

  • দুধনৈ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ৩ দুৰ্ধৰ্ষ ডকাইত
  • শৰাইঘাত দলঙৰ সমীপৰ পৰা গ্ৰেপ্তাৰ তিনিওকে
  • ধৃত– আজিজুদ্দিন আহমেদ, মহিদুল আলী, ৰাজীবুল হক
  • ১৮ অক্টোবৰত দুধনৈত হোৱা এক ডকাইতিত জড়িত তিনিও
  • ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছিল এই ডকাইতি ঘটনা
  • এখন বাহন হাইজেক কৰি লুটি নিছিল ১৯ লাখ ৫০ হাজাৰ টকা
  • ভুক্তভোগী ব্যৱসায়ীজন গুৱাহাটীৰ পৰা লক্ষীপুৰলৈ গৈ আছিল
  • ব্যৱসায়ীজনৰ ছুইফ ডিজায়াৰখনত আছিল ১৯ লাখ ৫০ হাজাৰ টকা
  • এখন ইনোভা বাহনেৰে ডকাইতি কৰিছিল ৩ ডকাইতে
  • অভিযানত ইনোভা বাহনখনো জব্দ কৰিছে দুধনৈ আৰক্ষীয়ে
  • পূৰ্বেও বহু ডকাইতিকাণ্ডৰে জড়িত গ্ৰেপ্তাৰ হোৱা তিনি ডকাইত
NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বিশ্বৰ ১০খন শ্ৰেষ্ঠ যুঁজাৰু বিমান

লকহীড মাৰ্টিন এফ-৩৫ লাইটনিং II (আমেৰিকা)  এই পঞ্চম প্ৰজন্মৰ গোপন...

মাওবাদী নেতা বাসৱৰাজু কোন আছিল?

দশকৰ পিছত দশক ধৰি মাওবাদীৰ বিৰুদ্ধে সম্ভৱতঃ সবাতোকৈ সফল...

পলকতে জানি লওক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

দেৰগাঁৱত আজি অনুষ্ঠিত হ'ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। ৰাজ্যিক...