প্ৰতিষ্ঠিত এথলীট, ৰাষ্ট্ৰীয় পৰ্যায়ত দুবাৰকৈ সোণৰ পদক বিজয়ী দীপামণি ডেকাৰ পদক বিজয়ী যাত্ৰা অবিৰতভাৱে অব্যাহত আছে

প্ৰতিষ্ঠিত এথলীট, ৰাষ্ট্ৰীয় পৰ্যায়ত দুবাৰকৈ সোণৰ পদক বিজয়ী দীপামণি ডেকাৰ পদক বিজয়ী যাত্ৰা অবিৰতভাৱে অব্যাহত আছে। ইতিমধ্যে দ্বিতীয় ষ্টেট অপেন মাষ্টাৰ এথলেটিক চেম্পীয়নশ্বীপ ২০২৪ ত ক্ৰমে ১৫০০ মি আৰু ৫০০০ মি দৌৰত সোণৰ পদক লাভ কৰাৰ উপৰিও, পাটনা মাৰাথন ২০২৪, কোকৰাঝাৰ এনচিচি হাফ মাৰাথন ২০২৪, এচাম ৰাইফলচ্ হাফ মাৰাথন চিলং ২০২৪, বাহুৱলী হাফ মাৰাথন ২০২৪ যোৰহাট, কইল ইণ্ডিয়া ভূৱনেশ্বৰ মাৰাথন২০২৫, গল্ডেন পগৰা মাৰাথন ২০২৫, নামচাই! ষ্টেট বেংক অফ ইণ্ডিয়া গ্ৰীন মাৰাথন ২০২৫ আদি বিভিন্ন ৰাষ্ট্ৰীয়, আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত. ক্ৰমে ১০ কিঃমিঃ আৰু ২১কিঃমিঃ দৌৰত অংশ গ্ৰহণ কৰি বিজয়ী পদক দখল কৰি আহিছে আৰু আজি ১৬ মাৰ্চ ২০২৫ ডেৰগাঁও মিচামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত. চিখৰ, গুটখা ড্ৰাগছৰ বিপৰীতে যোদ্ধা একাডেমীৰ উদ্যোগত অনুষ্ঠিত হাফ মাৰাথনত ১০ কিঃমিঃ দৌৰত অংশ গ্ৰহণ কৰি ৪০ বছৰ ঊৰ্ধ্বৰ পৰ্যায়ত বিজয়ী পদক লাভ কৰে। খেলুৱৈগৰাকীয়ে জানিবলৈ দিয়ে যে সন্মুখত আৰু কেইবাখনো খেলৰ বাবে অধিক শক্তিশালী ৰূপত সাজু হৈ আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...