দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিন লাভ

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিন লাভ। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে কেজৰিৱালৰ। CBIৰ সুৰা নীতি কেলেংকাৰিৰ গোচৰত জামিন লাভ। ২০ লাখ টকাৰ বণ্ডত জামিন লাভ অৰবিন্দ কেজৰিৱালৰ। ২৬ জুনত EDৰ জিম্মাত থাকোঁতে CBIএ গ্রেপ্তাৰ কৰিছিল কেজৰিৱালক। আবকাৰী সুৰা নীতি কেলেংকাৰিৰ গোচৰত ২১ মাৰ্চত EDএ কৰিছিল গ্রেপ্তাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্গাপূজাৰ সপ্তমীত অতিৰিক্ত বন্ধ ঘোষণা; ১৭ অক্টোবৰত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়

দুৰ্গাপূজাৰ মহাসপ্তমী উপলক্ষে অসম চৰকাৰে ২০২৬ চনৰ ১৭ অক্টোবৰ,...