বাহনক লৈ নতুন নিয়ম, ১৫ বছৰ পুৰণি পেট্ৰ’লচালিত বাহনক দিয়া নহয় ইন্ধন

আজিৰে পৰা ৰাজধানী দিল্লীত বাহনক লৈ নতুন নিয়ম জাৰি কৰা হৈছে। নিয়ম অনুসৰি, ১৫ বছৰ পুৰণি পেট্ৰ’লচালিত বাহনক দিয়া নহয় ইন্ধন। আনফালে ১০ বছৰ পুৰণি ডিজেলচালিত বাহনকো দিয়া নহয় ইন্ধন। দিল্লীৰ সকলো পেট্ৰ’ল পাম্পতে দিয়া হৈছে এই জাননী। দিল্লীৰ ৩০০ৰো অধিক পেট্ৰ’ল পাম্পলৈ এই জাননী দিয়া হৈছে। ৰাজপথত পুৰণি বাহন উলিয়ালেই ভৰিব লাগিব জৰিমনা। পুৰণি বাহন উলিয়ালেই ভৰিব লাগিব ১০ হাজাৰ টকাৰ জৰিমনা। দিল্লীৰ প্ৰতিটো পেট্ৰ’ল পাম্পতে ইতিমধ্যে দিল্লী আৰক্ষীয়ে টহল দিয়া আৰম্ভ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...