দৈনিক বাতৰি

ভাৰতীয় নাগৰিকক শীঘ্ৰেই ইউক্ৰেইন ত্যাগৰ নিৰ্দেশ ভাৰতীয় দূতাবাসৰ

ইউক্ৰেইনত পুনৰ যু্দ্ধৰ বিভীষিকা। পৰস্পৰৰ বিৰুদ্ধে পুনৰ টঙালি বান্ধিছে ৰাছিয়ান আৰু ইউক্ৰেইন সেনাই। যোৱা এপষেক ধৰি ইউক্ৰেইনৰ ৰাজধানী কীভসহ কেইবাখনো চহৰত ক্ষেপণাস্ত্ৰ আৰু আত্মঘাতী...

ভাৰতৰ বিৰুদ্ধে এইবাৰ বাংলাদেশৰ জলসন্ত্ৰাসবাদ

✒️অচিন্ত্য শৰ্মা অথলে গ'ল নেকি মোদীৰ তৈলমৰ্দনপুনৰবাৰ ভাৰতবিৰোধী স্থিতিত শ্বেখ হাচিনাচীনক লগত লৈ নতুন ষড়যন্ত্ৰএইবাৰ তিস্তা নদীকেন্দ্ৰিক জলসন্ত্ৰাসবাদ ভাৰত আৰু বাংলাদেশৰ মাজৰ অদৰ্কাৰী তথা অবাস্তব বন্ধুত্বৰ...

ৰাইজে খেদি খেদি কৰায়ত্ত কৰিলে ২ ছাগলী চোৰক

আজিয়ে প্ৰথম ছাগলী চুৰি কৰিছিলো, আহিয়ে ফচিলো। কাম নাই বাবে আজি গৈছিলো, লগৰটোৱে ফচালে। ছাগলী চুৰি কৰি পলোৱাৰ সময়তে ৰাইজে খেদি খেদি কৰায়ত্ত কৰিলে...

টিভি চাই থাকোতে এই বিশেষ ক’ড কিয় আহে জানেনে?

টিভি চাই থাকোতে প্ৰায়েই পৰ্দাত এটা সংখ্যা ভাহি আহে। বহুতৰ মনত প্ৰশ্নৰ উদয় হয়, প্ৰকৃততে সেইটো কিহৰ সংখ্যা? শিশুৰ পৰা বয়োজ্যেষ্ঠজনৰ মনলৈ প্ৰশ্ন সেইটো...

ব্ৰিটেইনত ৰাজনৈতিক সংকট! গৃহ মন্ত্ৰী চুৱেলা ব্ৰেভাৰমেনৰ পদত্যাগ

ভাৰতীয় বংশৰ চুৱেলা ব্ৰেভাৰমেনে ব্ৰিটেইনৰ গৃহ মন্ত্ৰী পদৰ পৰা পদত্যাগ। কাৰণ জানি আপুনি হ'ব আচৰিত! জানিব পৰা মতে তেওঁৰ ব্যক্তিগত ইমেইল ভুলবশত চৰকাৰী কামত...

Popular