দৈনিক বাতৰি

গুৱাহাটীৰ ৰাজভৱনত প্ৰদৰ্শিত হ’ব প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ৰ শততম খণ্ড

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ দ্বাৰা আয়োজিত এই বিশেষ স্ক্ৰীনিঙৰ সাক্ষী হ’ব বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাহিলী ৰেডিঅ' কাৰ্যসূচী 'মন কী বাত'এ ইয়াৰ...

মাজুলীত অসম কৃষি আয়োগৰ প্ৰতিনিধি দল, পথাৰ পৰিদৰ্শনেৰে কৃষকৰ সৈতে মত-বিনিময়

অসমৰ প্ৰতিখন জিলাতে অঞ্চলভেদে শস্য উৎপাদনৰ সুকীয়া সম্ভাৱনীয়তা আছে। প্ৰতিখন জিলাত থকা এই সম্ভাৱনা আৰু প্ৰত্যাহ্বানৰ দিশসমূহ চিনাক্তকৰণেৰে যাতে নতুন চিন্তা-ধাৰাৰে প্ৰত্যাহ্বানসমূহক সম্পদলৈ ৰূপান্তৰ...

ছেলা পাছ পাৰ হৈ আপুনি বাৰু টাৱাঙলৈ গৈছেনে?

ছেলা পাছ পাৰ হৈ আপুনি বাৰু টাৱাঙলৈ গৈছেনে? বৰফাবৃত ছেলা পাছে আপোনাৰ যাত্ৰা হয়তো ৰোমাঞ্চকৰ কৰি তুলিছিল। কিন্তু অহা জুন মাহৰপৰা এই ছেলা পাছ...

তীৰ্থযাত্ৰীৰ বাবে মুকলি হ’ল বদ্ৰীনাথ মন্দিৰ

প্ৰচণ্ড শীতৰ বাবে যোৱা প্ৰায় ৬ মাহ ধৰি বন্ধ আছিল চাৰ ধাম বুলি প্ৰখ্যাত গংগোত্ৰী, যমুনোত্ৰী, কেদাৰনাথ আৰু বদ্ৰীনাথ মন্দিৰ। এতিয়া গ্ৰীষ্মৰ আগমনৰ লগে...

শ্ৰেষ্ঠ বুজাবলৈ পেলে শব্দটো অন্তৰ্ভুক্ত হৈছে ব্ৰাজিলৰ অভিধানত

বিশ্বৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ফুটবল খেলুৱৈ বুলি ক’লে ব্ৰাজিলৰ পেলেৰ নামটো পোনতে আহে। ফুটবল বিশ্বত ইতিহাস সৃষ্টি কৰা পেলে নামটো এতিয়া এক বিশেষণ পৰিণত হৈছে।...

Popular