দৈনিক বাতৰি

অভিনেতা ফাইলাও বসুমতাৰীৰ অকাল মৃত্যু

অভিনেতা ফাইলাও বসুমতাৰীৰ অকাল মৃত্যু। বিগত কেইবামাহ ধৰি যকৃতজনিত ৰোগত চিকিৎসাধীন হৈ আছিল বসুমতাৰী। বড়ো জনগোষ্ঠীৰ এগৰাকী লোক-শিল্পী হিচাপেও জনপ্ৰিয় আছিল বসুমতাৰী। মঙলবাৰে নিশা প্ৰায়...

গুৱাহাটীৰ বেলতলাত উদ্বোধন পিকলবল খেলৰ অত্যাধুনিক কৰ্ট

বিশ্বত দ্ৰুতগতিত জনপ্ৰিয় হৈ পৰা পিকলবল খেলৰ এখন কৰ্ট মহানগৰীৰ বেলতলাত যোৱা সোমবাৰে সন্ধিয়া উদ্বোধন কৰা হয়। অসম ৰাজ্যিক বিদ্যুত নিয়ামক আয়োগৰ অধ্যক্ষ তথা...

চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে যোৰহাট

চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে যোৰহাট। একাংশ উদণ্ড যুৱকৰ দলবদ্ধ আক্ৰমণত প্ৰাণ হেৰুৱালে এজন যুৱকে। যোৰহাটৰ চন্দন নগৰত দেওবাৰে নিশা সংঘটিত হৈছিল আক্ৰমণৰ ঘটনা। বিহু চাই...

টীয়কত দুৰ্ঘটনাত পতিত হুঁচৰি দল, আহত প্ৰায় ১০ বিহুৱা-বিহুৱতী

নিশা টীয়কৰ ভগামুখত দুৰ্ঘটনাত পতিত হুঁচৰি দল কঢ়িওৱা মেজিক। পথৰ ওপৰত বাগৰি পৰে টাটা মেজিকখন। খনামুখৰ পৰা হুঁচৰি গাই ঘৰলৈ ওভতাৰ পথত এই দুৰ্ঘটনা।...

আগন্তুক তিনিঘণ্টাত বতৰে ল’ব কালৰূপ!

প্ৰয়োজন নহ'লে নোলাব ঘৰৰ পৰা। আগন্তুক তিনিঘণ্টাত বতৰে ল'ব কালৰূপ। বজ্ৰপাতৰ সৈতে হ'ব পাৰে বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। কেইবাখনো জিলাৰ বাবে...

Popular