দৈনিক বাতৰি

ছিকিমৰ পৰা মাৰাথন দৌৰেৰে অসমলৈ আহিছে এজন যুৱক

ছিকিমৰ পৰা মাৰাথন দৌৰেৰে অসমলৈ আহিছে এজন যুৱক। ছিকিমৰ মুখ্যমন্ত্ৰীৰ অনুৰোধত এই অসাধ্য সাধন যুৱকজনৰ । ১৬ মে’ত সম্পূৰ্ণ হ’ব ছিকিম ৰাজ্য গঠনৰ ৫০...

পত্নী-কন্যাক এচিড আক্ৰমণ, পাষণ্ড স্বামী জাহিদুলৰ ভয়ংকৰ কাণ্ড

ৰাজ্যত পুনৰ এচিড আক্ৰমণৰ ঘটনা। অভয়াপুৰীৰ টাপাট্টাৰীত পত্নী আৰু ১১ বছৰীয়া কন্যাক এচিড আক্ৰমণ কৰিলে স্বামীয়ে। পাষণ্ড স্বামী জাহিদুল হকৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ। আহত...

চেম্পিয়নছ ট্ৰফীৰ ফাইনেলৰ পূৰ্বে আঘাতপ্ৰাপ্ত বিৰাট কোহলী, তথাপিও খেলিবলৈ সাজু

ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে নিউজিলেণ্ডৰ বিৰুদ্ধে ICC চেম্পিয়নছ ট্ৰফীৰ ফাইনেলৰ অন্তিম প্ৰস্তুতিৰ সময়ত আঘাতপ্ৰাপ্ত হৈছে। ফাইনেলখন ৰবিবাৰে (৯ মাৰ্চ) ডুবাই আন্তৰ্জাতিক ক্ৰিকেট ষ্টেডিয়ামত...

চেম্পিয়নছ ট্ৰফীৰ ফাইনেলৰ পিছত অৱসৰ ল’ব নেকি ৰোহিত শৰ্মাই? শুভমনৰ উত্তৰ…

ভাৰতীয় ক্ৰিকেট দলৰ উপ-অধিনায়ক শুভমন গিলে চেম্পিয়নছ ট্ৰফীৰ ফাইনেল মেচৰ পূৰ্বে সংবাদমেলত অংশগ্ৰহণ কৰি নিজৰ বেটিং, ট্ৰফী জয়ৰ আকাংক্ষা আৰু অধিনায়ক ৰোহিত শৰ্মাৰ অৱসৰৰ...

পুৰণি বাহন স্ক্ৰেপ কৰি নতুন ব্যক্তিগত বাহন ক্ৰয় কৰোতালৈ ২৫% আৰু বাণিজ্যিক বাহনৰ বাবে ১৫ শতাংশলৈকে কৰ ৰেহাই

বকেয়াসহ যাৱতীয় কৰৰ ৭৫%লৈকে ৰেহাই, মাত্ৰ ২৫% পৰিশোধ কৰিলেই চলাচলৰ অনুপযোগী বাহনৰ পঞ্জীয়ন বাতিলৰ বিশেষ সুবিধা অসম চৰকাৰৰ পৰিবহণ বিভাগৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা...

Popular