দৈনিক বাতৰি

পৃথিৱী দেখিয়েই মৃত্যু ৰোনাল্ডোৰ সন্তানৰ

পৃথিৱী দেখিয়েই মৃত্যু ৰোনাল্ডোৰ সন্তানৰ। ১৬ এপ্ৰিলত ইংলিছ প্ৰিমিয়াৰ লীগত হেটত্ৰিক অৰ্জনেৰে সমালোচকক যোগ্য প্ৰত্যুত্তৰ দিছিল মহাতাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে। কঠিন মেচখনত মানচেষ্টাৰ ইউনাইটেডক ৩-২...

মহানগৰীত ড্ৰাই ডে’ ঘোষণা!

• GMC নিৰ্বাচনৰ বাবে গুৱাহাটী মহানগৰীত ড্ৰাই ডে' ঘোষণা।• বুধবাৰে ৪.৩০ বজাৰ পৰা ২২ তাৰিখৰ ৪.৩০ বজাৰলৈ বাহাল থাকিব ড্ৰাই ডে• ২৪ তাৰিখে অনুষ্ঠিত...

মুখ্যমন্ত্ৰী বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগ অজাপৰ

পৌৰ নিগমৰ নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰীৰ প্ৰলোভনৰাজ্যিক নিৰ্বাচনী আয়োগক অভিযোগ অজাপৰমুখ্যমন্ত্ৰী বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগমুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ

প্রসিদ্ধ চাহ খেতিয়ক প্রফুল্ল প্রসাদ বৰাৰ মৃত্যু

ৰাজ্যৰ প্ৰসিদ্ধ চাহ খেতিয়ক প্ৰফুল্ল প্ৰসাদ বৰাৰ দেহাৱসান। পদ্মশ্ৰী ইন্দিৰা পি পি বৰাৰ স্বামী প্ৰফুল্ল প্ৰসাদ বৰাই ৮২ বছৰ বয়সত মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী...

কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষ : মনোবলৰ জোৰত বহু কাম সমাধা হ’ব। দুর্যোগপূর্ণ স্থান ত্যাগ কৰক। মাদক দ্রব্য বৰ্জন কৰক। কোনো লোকে সুযোগ ল’ব পাৰে। বিদ্যাত শুভ। বৃষ :...

Popular