লামডিঙত বিদ্যালয় বন্ধ, ৰামানুজনৰ ছাত্ৰাবাস কণ্টেইনমেণ্ট জ’ন

লামডিঙত উদ্বেগজনকভাবে বৃদ্ধি ক’ভিড আক্ৰান্তৰ সংখ্যা। লামডিঙৰ কেবাখনো বিদ্যালয় বন্ধ ঘোষণা। লামডিং চহৰৰ প্ৰণৱানন্দ বিদ্যামন্দিৰ, বীণাপাণি এল পি স্কুল, লামডিঙৰ কেন্দ্ৰীয় বিদ্যালয় আৰু দক্ষিণ লামডিং হাইস্কুল বন্ধৰ ঘোষণা। ৫ জানুৱাৰীৰ পৰা ১১ জানুৱাৰীলৈ বন্ধ ঘোষণা হোজাই জিলা প্ৰশাসনৰ।
ইফালে নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ ছাত্ৰাবাসক কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে প্ৰশাসনে। ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ 2A ছাত্ৰাবাস কণ্টইনমেণ্ট জ’ন। ছাত্ৰাবাসটোৰ ১১জন ছাত্ৰ আক্ৰান্ত হৈছিল ক’ভিডত। ছাত্ৰাবাসটো ১৪ দিনৰ বাবে কণ্টেইনমেণ্ট জ’ন ঘোষণা প্ৰশাসনৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...