শিৱসেনা-খালিস্তানী সমৰ্থকৰ মাজত সংঘৰ্ষ, আৰক্ষীলৈ শিলগুটি নিক্ষেপ! চাওক দৃশ্য

পঞ্জাবৰ পাটিয়ালাত উত্তেজনা। শিৱসেনা আৰু খালিস্তানী সমৰ্থকৰ মাজত সংঘৰ্ষ। খালিস্তানী সমৰ্থকে বাহিৰ কৰিছিল শোভাযাত্ৰা। শোভাযাত্ৰাৰ সময়তে শিৱসেনা আৰু খালিস্তানী সমৰ্থকৰ মাজত সংঘৰ্ষ।

পৰিস্থিতি নিয়ন্ত্ৰণৰ সময়ত আৰক্ষীৰ ওপৰত আক্ৰমণ। আৰক্ষীলৈ শিলাবৰ্ষণ। ঘটনাত গুৰুতৰভাৱে আহত হৈছে কেইবাজনো লোক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ দুখন বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি; ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী

ৰাজধানী দিল্লীৰ দুখন আগশাৰীৰ বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ...

জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি অভিষেক জিণ্টীমণি কলিতাৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মূল একাদশত অসমৰ জিণ্টীমণি। জিম্বাব’ৱেৰ...

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা। আজি...