আজিৰ দিনটো কেনে যাব আপোনাৰ? NK ৰাশিফল

মেষঃ পুৰণি ইচ্ছাৰ প্ৰতি আসক্ত হৈ পৰিব পাৰে। কর্মৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব৷ আয়-ব্যয় মধ্যমীয়া।

বৃষঃ দিনটো শুভ৷ কৰ্মত সফল। অৱশ্যে নিজৰ ভালৰ বাবে অলপো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত। শান্ত হৈ কর্ম কৰক। খং-ৰাগৰ পৰা আঁতৰি থকাসকলে সফলতা লাভ কৰিব।

মিথুনঃ দিনটো মধ্যমীয়া। কৰ্মত সফলতা লাভ। অৱশ্যে কৰ্মত মনোযোগ দিয়া উচিত।

কৰ্কটঃ দিনটো প্ৰায় শুভ। স্বাস্থ্যৰ যতন লওক। ভোজনত মনোযোগ দিয়া উচিত।

সিংহঃ দিনটো শুভ। মনৰ আশাৰ পূৰণ হ’ব। পুৰণি কৰ্ম সফলতাৰে সম্পন্ন হʼব।

কন্যাঃ দিনটো মধ্যমীয়া। নতুন বিষয় অধ্যয়নৰ প্ৰতি আকৰ্ষিত হ’ব। কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হৈ থাকিব।

তুলা: দিনটো মধ্যমীয়া। খং-ৰাগ নিয়ন্ত্ৰণ কৰক। শান্ত হৈ কৰ্ম কৰক। বহুতো ব্যক্তিৰ লগত বন্ধুত্ব গঢ়ি উঠিব পাৰে। নতুনকৈ পৰিকল্পনা নকৰিব।

বৃশ্চিকঃ দিনটো প্ৰায় শুভ। প্ৰতিভাৰ সদ ব্যৱহাৰ কৰক। প্ৰেমত শুভ৷ কর্মত ব্যস্ততা বৃদ্ধি। কৰ্ম ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব।

ধনুঃ দিনটো কিছু কঠিন হ’ব। ব্যয় বৃদ্ধি। সতৰ্ক হওক।

মকৰঃ দিনটো মধ্যমীয়া৷ ভাগ্য আপোনাৰ পক্ষত নাই। ইয়াৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব। অৱশ্যে কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হৈ থাকিব।

কুম্ভঃ দিনটো শুভ৷ বন্ধুৰ সৈতে মতানৈক্য হ’ব পাৰে। প্ৰেমত শুভ। কৰ্ম জীৱনত ভাল পদোন্নতি হʼব৷ লক্ষ্যত সফল।

মীনঃ পুৰণি প্ৰেমক হঠাৎ লগ পাব পাৰে। কলা আৰু নতুন বিষয় অধ্যয়ন কৰিবলৈ ইচ্ছা হʼব পাৰে। পাৰিবাৰিক জীৱন সুখৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...