যিকোনো মুহূৰ্তত ক্ষমতাচ্যুত হ’ব পাৰে প্ৰধানমন্ত্ৰী ইমৰান খান!

বিপদত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান। যিকোনো মুহূৰ্তত ক্ষমতাচ্যুত হ’ব পাৰে প্ৰধানমন্ত্ৰী ইমৰান খান। দলৰ ভিতৰতে উত্থাপন হৈছে পদত্যাগৰ দাবী। পাকিস্তান টেহৰিক-ই-ইনছাফ চমুকৈ PTIৰ পৰা উত্থাপন হৈছে পদত্যাগৰ দাবী। দলৰ ২৪জনতকৈ অধিক সাংসদে বিৰোধিতা কৰিছে ইমৰান খানৰ।

ইমৰান খানৰ পদত্যাগৰ দাবীত প্ৰতিবাদ সাব্যস্ত নিজ দলৰে সাংসদৰ। ইমৰান খানৰ পদত্যাগক লৈ দলৰ মাজত সৃষ্টি হৈছে সংঘাত। পদত্যাগৰ দাবী কৰা সাংসদসকলৰ বিৰুদ্ধে প্ৰতিবাদ ইমৰান খানৰ সমৰ্থিত দলীয় কৰ্মীৰ। চৰকাৰৰ ক্ষোভৰ পৰা বাচিবলৈ সিন্ধ হাউচত বাহৰ পাতিছে পদত্যাগৰ দাবী কৰা সাংসদসকলে।

পদত্যাগৰ দাবী কৰা সাংসদসকলক আক্ৰমণ ইমৰান খানৰ সমৰ্থিত দলীয় কৰ্মীৰ। শান্তিপূৰ্ণ প্ৰতিবাদে ক্ৰমাৎ লয় হিংসাত্মক ৰূপ। সিন্ধ হাউচৰ গেট ভাঙি প্ৰৱেশ দলীয় কৰ্মকৰ্তাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...