পুখুৰীত কোনে পেলাই থৈ গ’ল নৱজাতকৰ মৃতদেহ?

পুখুৰীত উপঙি থকা অৱস্থাত উদ্ধাৰ নৱজাতকৰ মৃতদেহ। নলবাৰীৰ ঘগ্ৰাপাৰত উদ্ধাৰ নৱজাতকৰ মৃতদেহ। অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হৈছে নৱজাতকৰ মৃতদেহ। ঘটনাস্থলীত উপস্থিত হৈছে ঘগ্ৰাপাৰ আৰক্ষী। কোনে কি কাৰণত পেলাই দিছিল নৱজাতকটো সেয়া স্পষ্ট হোৱা নাই বৰ্তমানেও। আৰক্ষী উপস্থিত হৈ অনুসন্ধান অব্যাহত ৰাখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...