দেশৰ সামাজিকভাৱে সুৰক্ষিত পঞ্চায়তৰ তৃতীয় স্থানত অসমৰ ভকতগাঁও পঞ্চায়ত

অসমৰ ভকতগাঁও পঞ্চায়তে ভাৰতৰ প্ৰায় ২.৬৪ লাখ গাঁও পঞ্চায়তৰ ভিতৰত তৃতীয় স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।

নগাঁও জিলাৰ খাগৰিজান উন্নয়ন খণ্ডৰ অন্তৰ্গত ভকতগাঁৱে Socially Secured Panchayat শ্ৰেণীত দেশৰ ভিতৰতে তৃতীয় স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়ায়৷ দেশৰ ২.৬৪ লাখ খন গাঁও পঞ্চায়তক অতিক্ৰম কৰি ভকতগাঁও গাঁও পঞ্চায়তে তৃতীয় স্থান লাভ কৰে।

২০২২-২০২৩ বৰ্ষৰ বাবে ভকতগাঁৱক এই বটা লাভ কৰে।

নতুন দিল্লীৰ বিজ্ঞান ভৱনত সোমবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৰ উপস্থিতিতিত “National Conference on Incentivisation of Panchayats-cum-Award Ceremony” অনুষ্ঠানত এই বঁটা প্ৰদান কৰে ৷

অসম চৰকাৰৰ হৈ বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এই বটা গ্ৰহন কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...