মিউজিয়ামলৈ ৰূপান্তৰিত হ’ব শ্বেখ হাছিনাৰ বাসগৃহ

মিউজিয়ামলৈ ৰূপান্তৰিত হ’ব শ্বেখ হাছিনাৰ বাসগৃহ। বাংলাদেশৰ প্ৰধানমন্ত্ৰী ৰূপে হাছিনা আছিল এই গণ ভৱনত। তদাৰকী চৰকাৰে গ্ৰহণ কৰে মিউজিয়াম স্থাপনৰ সিদ্ধান্ত। ‘জুলাই ৰিভলিউশ্যন মেমৰিয়েল মিউজিয়াম’ ৰূপে নামকৰণ হ’ব গণ ভৱন। হাছিনাৰ পিতৃ শ্বেখ মজিবুৰ ৰহমানে নিৰ্মাণ কৰিছিল এই বাসগৃহ। ১৫ বছৰ ধৰি গণ ভৱনত বাস কৰিছিল শ্বেখ হাছিনাই। ইতিমধ্যে হাছিনা বিৰোধী সংগঠনে লণ্ডভণ্ড কৰিছে গণ ভৱন। তদাৰকী চৰকাৰে মেৰামতি কৰি স্থাপন কৰিব মিউজিয়াম।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...

ডায়েট ডিব্ৰুগড়ত কুইজ প্ৰতিযোগিতা, প্ৰথম স্থান জিনিলে কোনে?

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), ডিব্ৰুগড়ত প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষাৰ্থীসকলৰ...

গুৱাহাটীৰ ক’ত, কেতিয়া অনুষ্ঠিত হ’ব পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ?

কাইলৈ ইছলাম ধৰ্মালম্বী লোকৰ পবিত্ৰ ঈদ-উল-ফিটৰ। আকাশত জোন দেখাৰ...