পুনৰ বহি:ৰাজ্যত প্ৰাণ হেৰুৱালে অসমৰ যুৱকে

পুনৰ বহি:ৰাজ্যত প্ৰাণ হেৰুৱালে অসমৰ যুৱকে। বিহাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হ’ল অসমৰ যুৱক।

নিহত যুৱকজন নলবাৰী জিলাৰ সাগৰকুছিৰ ভাস্কৰ কলিতা। ৩১বছৰীয়া ভাস্কৰৰ ১৭ ডিচেম্বৰত নলবাৰীৰ পৰা পাঞ্জাৱৰ ভাটিন্দালৈ ব্যৱসায়িক কামত গৈছিল। উভতি বিহাৰৰ মুজাফ্ফপুৰত সোমবাৰে সংঘটিত হৈছিল দুৰ্ঘটনা।

এই দুৰ্ঘটনাত ভাস্কৰ কলিতা নিহত হোৱাৰ বিপৰীতে বৰ্তমানেও ICUত চিকিৎসাধীন আন ২জন বন্ধু। উল্লেখ্য যে উচ্চশিক্ষিত ভাস্কৰ আছিল ঝাড়ু ব্যৱসায়ৰ সৈতে জড়িত৷ নলবাৰীৰ ঝাড়ু বহিঃ ৰাজ্যত বিক্ৰীৰ বাবে ব্যৱসায়ীৰ সৈতে কথা পাতিবলৈ গৈছিল পাঞ্জাৱলৈ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চীন-ভাৰতৰ সীমা সমস্যা হ’বনে সমাধান? BRICS ত কি কি ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ মোদী-ছি জিনপিং?

ৰাছিয়াৰ কাজানত অনুষ্ঠিত বৈঠকৰ দুবছৰৰ পাছত শনিবাৰে নতুন দিল্লীত...

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...