ৰাজ্যত পুনৰ এনকাউন্টাৰ!

মঙলদৈ

মঙলদৈত ড্রাগছ মাফিয়ালৈ আৰক্ষীৰ গুলীচালনা
আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোঁতেই গুলীচালনা
কুদ্দুছ আলী নামৰ ড্রাগছ সৰবৰাহকাৰী গুলীবিদ্ধ
মঙলদৈৰ হীৰাপাৰাত সংঘটিত এই ঘটনা
নিশা আৰক্ষীয়ে আটক কৰিছিল ড্ৰাগছ মাফিয়াটোক
গুলীবিদ্ধ আলীক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি

শিলচৰ

শিলচৰত চুপাৰি মাফিয়া নিজাম উদ্দিনক এনকাউণ্টাৰ
শুকুৰবাৰে আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোঁতেই গুলী
গুলীবিদ্ধ নিজাম উদ্দিন বৰ্তমান SMCHত চিকিৎসাধীন
ভৰিত গুলী লাগে চুপাৰি মাফিয়া নিজাম উদ্দিনৰ
শুকুৰবাৰে দুপৰীয়া কালাইনত গ্ৰেপ্তাৰ হৈছিল নিজাম উদ্দিন

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...