আজি শিল্পী দিৱস, সুন্দৰৰ পূজাৰীৰ কালজয়ী গীতৰ মূৰ্ছনাৰে মুখৰিত হ’ব সমগ্ৰ ৰাজ্য

আজি শিল্পী দিৱস। সুন্দৰৰ পূজাৰী, বিপ্লৱী শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী গীতৰ মূৰ্ছনাৰে মুখৰিত হ’ব আজি সমগ্ৰ ৰাজ্য। জ্যোতি প্ৰসাদৰ জ্যোতি অৱলোকন হ’ব আজি লুইতৰ দুয়োপাৰে।

সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ প্ৰয়াণৰ এই দিনটোক আকৌ এবাৰ শিল্পী দিৱস হিচাপে উদযাপন কৰিব ৰাজ্যবাসীয়ে। শিল্পী দিৱসকলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে উছাহৰ আয়োজন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...