বিশিষ্ট লেখক-গৱেষক ড০ অৰবিন্দ ৰাজখোৱালৈ পদ্মনাথ গোহাঞি বৰুৱা বঁটা

  • ড০ অৰবিন্দ ৰাজখোৱালৈ পদ্মনাথ গোহাঞি বৰুৱা বঁটা
  • উত্তৰ লক্ষীমপুৰ কলেজৰ অধ্যাপক ড০ ৰাজখোৱা
  • বিশিষ্ট লেখক-গৱেষক গৰাকীলৈ প্ৰথমবাৰৰ বাবে এই বঁটা
  • সাহিত্যিক যুগল লোচন দাসলৈ পানীন্দ্ৰনাথ গগৈ বঁটা
  • দাস এগৰাকী বিশিষ্ট ক্ৰীড়া সাংবাদিক আৰু শিশু সাহিত্যিক
  • শিৱসাগৰত আহোম সভাই প্ৰদান কৰে এই বঁটা
  • পদ্মনাথ গোহাঞি বৰুৱা ডেৰশ বছৰীয়া জন্ম জয়ন্তীত প্ৰদান কৰা হয় এই বঁটা
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...