APSC SCAM : হস্তাক্ষৰৰ নমুনা সংগ্ৰহ কৰা হ’ব প্ৰাৰ্থীৰ

হস্তাক্ষৰৰ নমুনা সংগ্ৰহ কৰা হ’ব APSCৰ প্ৰাৰ্থীৰ। আদালতত তদন্তকাৰী বিষয়াই জনালে আবেদন। নতুনকৈ তদন্তৰ বাবে আবেদন জনালে আদালতত। হস্তাক্ষৰৰ নমুনা সংগ্ৰহ কৰা হ’ব প্ৰাৰ্থীসকলৰ। অভিযোগ আছে আকাশী দুৱৰা, বিক্ৰম আদিত্য বৰা, ধীৰাজ কুমাৰ জৈন, দীপাংকৰ দত্ত লহকৰ, নৱনীতা শৰ্মা, নীলাঞ্জল গগৈ, নিতুমণি দাস, সুকন্যা দাস, সৌৰভপ্ৰাণ শৰ্মা, বিকাশ শৰ্মা, জয়ন্ত দলে, জগদীশ ব্ৰহ্ম, অসীমা কলিতা, শ্বাহজাহান সৰকাৰ, ঐশ্বৰ্য জীৱন বৰুৱা, গীতাৰ্থ বৰুৱা, প্ৰিয়ংকা ডেকাৰ বিৰুদ্ধে। ডিব্ৰুগড়ৰ গোচৰটোত ৬০জনক গ্ৰেপ্তাৰ কৰা হৈছিল। APSC গোচৰৰ ১২ নম্বৰ অভিযোগনামা দাখিল কৰা হৈছে। তদন্তকাৰী বিষয়া সুৰজিত সিং পানেচাৰে জনালে এই কথা। ফৰেনছিক ৰিপ’ৰ্টত আহিছে বহু গুৰুত্বপূৰ্ণ তথ্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...