গুৱাহাটীৰ পৰা ক’ত হেৰাল অপু তালুকদাৰ?

গুৱাহাটীৰ পৰা পুনৰবাৰ সন্ধানহীন হ’ল এজন যুৱক। ২৩ ফেব্ৰুৱাৰী, বুধবাৰে বিয়লি ৩ বজাৰ পৰা কোনো সন্ধান নাই যুৱকজনৰ।

গুৱাহাটীৰে জাপৰিগোগ কৃষ্ণ নগৰৰ বাসিন্দা অপু তালুকদাৰ নামৰ যুৱকজন। অপু তালুকদাৰৰ সন্ধানহীনক লৈ চাঞ্চল্য।

হঠাতে ক’ত হেৰাল ধীৰেনপাৰা চিকিৎসালয়ৰ ফাৰ্মাচিষ্ট হিচাপে কৰ্মৰত অপু তালুকদাৰ। ৰঙিয়া ৰে’লৱে ষ্টেচনত উদ্ধাৰ হৈছে অপু তালুকদাৰৰ মোবাইল ফোন। কোনো দুৰ্বৃত্তই অপু তালুকদাৰক অপহৰণ কৰাৰ সন্দেহত দিছপুৰ থানাত পৰিয়ালৰ লোকে দাখিল কৰিছে এজাহাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...