ঘোঁৰামাৰাত ড্ৰাগছসহ জালত মহিদুল ইছলাম, জেহৰুল ইছলাম, ৰচিদুল হক, জেহৰুল হক আৰু হাচেন আলী

গুৱাহাটীৰ হাতীগাঁও আৰু বশিষ্ঠ আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান। মহানগৰীৰ ঘোঁৰামাৰাৰ পৰা ড্ৰাগছসহ ৪৯টা খালী কণ্টেইনাৰৰ লগতে জব্দ কৰে চিৰিঞ্জ।

লগতে বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৫জন লোকক। গ্ৰেপ্তাৰ কৰা লোককেইজন ক্ৰমে মহিদুল ইছলাম, জেহৰুল ইছলাম, ৰচিদুল হক, জেহৰুল হক আৰু হাচেন আলী।

ড্ৰাগছসমূহ বেহাৰবাৰীৰ পৰা অনাৰ কথা স্বীকাৰ কৰিছে গ্ৰেপ্তাৰ কৰা লোককেইজনে।

দুখন বাইক আৰু ৩টা মোবাইল ফোনো জব্দ কৰিছে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনিও বনাইছে নেকি AIত ফটো? ফটো বনোৱোৰ পূৰ্বে সাৱধান হওক

সামাজিক মাধ্যমৰ ফিডত এতিয়া আকৌ ঘূৰি আহিছে ৮০ৰ দশক।...

ৰিয়াৰ আদ্যশ্ৰাদ্ধৰ মাজতে আহিল ৰামানুজৰ মৃত্যুৰ খবৰ; আদ্যশ্ৰাদ্ধৰ কাম আধাতে সামৰি ঘৰলৈ উভতিল পুৰোহিত

বশিষ্ঠপুৰ কাণ্ডৰ মূল অভিযুক্ত ৰামানুজ গোস্বামীৰ মৃত্যু। পত্নী ৰিয়া...

কাৰাগাৰৰ দুৰৱস্থাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিজাববীয়া গোচৰ

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ দুৰৱস্থাক লৈ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে...