কাৰগাৰত নিজৰ অধিবক্তাৰ আগত কি ব্যক্ত কৰিলে অমৃতপালে?

কাৰাগাৰৰ কপাট ভাঙি সংসদলৈ এজন নেতা
নিৰ্দলীয় হিচাপে জয়লাভ বিচ্ছিন্নতাবাদী খালিস্তানী অমৃতপাল সিঙৰ

২০২৩ চনৰ ২৩ এপ্ৰিলৰ পৰা ডিব্ৰুগড় কাৰাগাৰত আছে অমৃতপাল। অমৃতপালসহ ৯জন খালিস্তানী বন্দী হৈ আছে ডিব্ৰুগড় কাৰাগাৰত। ডিব্ৰুগড়ৰ কাৰাগাৰত থাকিয়েই নিৰ্বাচনত জয়ী হল অমৃতপাল সিং। আজি দিনৰ ভাগতে অমৃতপাল সিঙক সক্ষাত্কৰে তেওঁৰ অধিবক্তা তথা প্ৰাক্তন লোকসভাৰ সদস্য ৰাজদ্বীপ খালছাই।
কাৰগাৰত নিজৰ অধিবক্তাৰ আগত কি ব্যক্ত কৰিলে অমৃতপালে?

উল্লেখ্য যে পঞ্জাৱৰ খাদুৰ চাহিব সমষ্টিৰ পৰা জয়ী হৈছে অমৃতপাল।
অমৃতপাল সিঙে লাভ কৰিলে ৪,০৪, ৪৪৩টা ভোট
অমৃতপাল জয়ৰ ব্যৱধান ১,৯৭,১২০ টা ভোট
চৰকাৰে অমৃতপালক মুক্তি দিবলৈ বাধ্য বুলি ব্যক্ত কৰিলে অধিবক্তাই।

অধিবক্তাই ব্যক্ত কৰিলে আৰু কিছু কথা।
কিয় গ্ৰেপ্তাৰ কৰা হৈছিল অমৃতপালক?
‘পঞ্জাৱত অমৃত সঞ্চাৰ কৰিছিল অমৃতে’
‘নিচামুক্ত কৰিবলৈ ৰাজ্য, অমৃতে কৰিছিল অহোপুৰুষাৰ্থ’
‘অনৈতিকভাৱে বন্দী কৰা হ’ল অমৃতক’
‘অমৃতক মুকলিৰ দাবী পঞ্জাৱৰ শিখ সমাজৰ’

কাৰাগাৰত থাকিয়েই বৃহত ব্যৱধানত নজীৰ দাঙি ধৰা অমৃতপালৰ এই জয়ে বহু দিশ ব্যক্ত কৰিলে। আন এক অন্যতম উদাহৰণ হ’ল এইবাৰৰ সাধাৰণ নিৰ্বাচনত সলনি হোৱা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ। অমৃতপালৰ পৰিয়ালৰ লোকো ডিব্ৰুগড়লৈ অহাৰ সম্ভাৱনা। কিমান দিনলৈ কাৰাগাৰত থাকিব অমৃতপাল সেই লৈ চৰ্চা পাঞ্জাৱৰ শিখ সমাজত।

NKTV Digital
Author: NKTV Digital

10 COMMENTS

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...