পেৰিছ ফেশ্বন উইকত আলিয়াৰ গ্লেমাৰাছ লুক

পেৰিছ ফেশ্বন উইকত মোহময়ী অভিনেত্ৰী আলিয়া ভাটৰ অভিষেক। ল’ৰিয়েল পেৰিছক প্ৰতিনিধিত্ব কৰি ৰেম্পত খোজ দিলে আলিয়াই। আন্তঃৰাষ্ট্ৰীয় ফেশ্বনৰ মঞ্চত জিলিকি উঠিছে বলীউডৰ মোহময়ী অভিনেত্ৰীগৰাকী। ক’লা অফ-শ্ব’ল্ডাৰ জাম্পছুট পৰিধান কৰি মঞ্চত খোজ দিলে আলিয়াই। ফেশ্বন উইকৰ মঞ্চত ৰূপালী ৰঙৰ সাজযোৰে অধিক আকৰ্ষণীয় কৰি তুলিলে আলিয়াক।

ৰেম্পত আলিয়াৰ মুখত পৰিস্ফূত আত্মবিশ্বাস। আলিয়াৰ ওঁঠত পাতল গোলপীয়া ৰঙৰ লিপষ্টিক। চিম্পল লুকত খোলা চুলিৰে উপস্থিত দৰ্শকৰ মন মুহিলে আলিয়াই। মঞ্চত আলিয়াৰ মুখত স্পষ্ট হল প্ৰৱল আত্মবিশ্বাস। এই লুকচত সুন্দৰী আলিয়া ভাটক ৰাণী বুলি সম্বোধন কৰিলে একাংশই। সম্প্ৰতি আলিয়াৰ এই ৰূপৰ প্ৰশংসাত পঞ্চমুখ হৈছে অনুৰাগী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...