ছিণ্ডিকেট, হানি ট্রেপিং অখিলে চলায়!

▶️অখিল গগৈক ছিণ্ডিকেট-স্মাগলিঙৰ গোচৰত গ্রেপ্তাৰৰ ষড়যন্ত্র
▶️বন্দিত্বৰ পৰা অখিল গগৈৰ অসমৰ ৰাইজলৈ কাতৰ অনুৰোধ
▶️বন্দীশাললৈ চিৰদিনলৈ নিক্ষেপ কৰাৰ বিৰুদ্ধে মাত মাতিবলৈ আহ্বান
▶️বিৰোধী পক্ষত থাকি চৰকাৰক বিপদত পেলাও বুলিয়েই এই ষড়যন্ত্র।
▶️মোৰ কণ্ঠ, মোক মানুহটোক আপোনালোকে বচাওক: অখিল গগৈ
▶️চুপাৰি ছিণ্ডিকেট, গৰু ছিণ্ডিকেট, হানি ট্রেপিং অখিলে চলাই বুলি সাক্ষ্য গোপন ব্যক্তিৰ
▶️অখিল গগৈয়ে ঝাৰখণ্ডত প্রশিক্ষণ লোৱাৰ প্রমাণ ৰূপে এখন ফটো দাখিল NIAৰ
▶️ফটোত নীলা টি-ছাৰ্ট পিন্ধা এজনক অখিল গগৈ বুলি দাবী
▶️এই গোচৰত ছাৰ্জফ্রেম কৰাৰ ষড়যন্ত্র
▶️পত্রযোগে প্রতিক্রিয়া অখিল গগৈৰ
▶️শুনানিৰ বাবে মহাধিবক্তাই বিচাৰিছে ১০দিনৰ সময়
▶️মোৰ ভাগ্যলিপি পুনৰ লিখা হ’ব এই ১০দিনত : অখিল গগৈ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...