HSৰ প্রথম বৰ্ষৰ নামভৰ্তিৰ সময়সীমা বৃদ্ধি

HSৰ প্রথম বৰ্ষৰ নামভৰ্তিৰ সময়সীমা বৃদ্ধি

  • ১৮ ছেপ্টেম্বৰলৈ বৃদ্ধি নামভৰ্তিৰ সময়সীমা
  • ২০ ছেপ্টেম্বৰত পুনৰ মুকলি কৰা হ’‍ব দৰ্পণ ডিজিটেল প’ৰ্টেল
  • আসন নোপোৱা, আবেদন নকৰা শিক্ষাৰ্থীয়ে কৰিব পাৰিব আবেদন
  • ২২ ছেপ্টেম্বৰৰ ভিতৰত তেনে শিক্ষাৰ্থীয়ে কৰিব পাৰিব আবেদন
  • www.darpan.ahseconline.in ৱেবছাইট যোগে শিক্ষাৰ্থীয়ে কৰিব পাৰিব আবেদন
  • ২৩-২৪ ছেপ্তেম্বৰৰ ভিতৰত প্ৰতিষ্ঠানসমূহে প্ৰকাশ কৰিব লাগিব নামভৰ্তিৰ তালিকা
  • ২৭-২৮ ছেপ্তেম্বৰৰ ভিতৰত নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পন্ন কৰিব লাগিব
  • উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে দিছে নিৰ্দেশনা
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...