আধাৰ কাৰ্ডৰ তথ্য ৰাজহুৱা কৰিলে সন্মুখীন হ’ব শাস্তিৰ!

আধাৰ কাৰ্ডৰ তথ্য ৰাজহুৱা কৰিলে সন্মুখীন হ’ব শাস্তিৰ। ছচিয়েল মিডিয়াত ৰাজহুৱা কৰিব নোৱাৰিব আধাৰ কাৰ্ডৰ তথ্য। আধাৰ কাৰ্ডক লৈ ডাঙৰ ঘোষণা UIDAIৰ। কোনেও ৰাজহুৱা কৰিব নোৱাৰি আধাৰ কাৰ্ডৰ তথ্য। ব্যক্তি সুৰক্ষাৰ স্বাৰ্থতে এই সিদ্ধান্ত UIDAIৰ। কোনেও মুকলিকৈ প্ৰকাশ কৰিব নোৱাৰিব আধাৰ নম্বৰ, ঠিকনা, ফোন নম্বৰ। শিক্ষানুষ্ঠান, কোনো বিভাগে ৰাজহুৱা কৰিব নোৱাৰিব আধাৰ কাৰ্ডৰ তথ্য। কোনো কোম্পানী বা প্ৰতিষ্ঠানে ৰাজহুৱা কৰিব নোৱাৰিব গোপন তথ্য বা আধাৰৰ সবিশেষ। বিশেষকৈ শিক্ষাৰ্থীসকলৰ তথ্য ৰাজহুৱা কৰিলে সন্মুখীন হ’ব শাস্তিৰ। সকলোকে নিয়ম মানি চলিবলৈ আহ্বান আধাৰ কাৰ্ড কৰ্তৃপক্ষৰ। বিনা কাৰণত অনুমতি অবিহনে কোনো লোকৰ গোপনীয় তথ্য ৰাজহুৱা নকৰিবলৈ সকীয়নি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...