সৰবৰহী মহিলা স্বৰ্ণ বৰদলৈৰ মৃত্যুত শোকৰ ছাঁ

গুৱাহাটী, ১৮ জুলাই, NKTV: গুৱাহাটীৰ চানমাৰি কল’নী এলেকাৰ সৰবৰহী মহিলা স্বৰ্ণ বৰদলৈৰ দেওবাৰে বিয়লি এক্সেল কেয়াৰ হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ। বাৰ্ধক্যজনিত কাৰণত স্বৰ্ণ বৰদলৈয়ে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত মহিলাগৰাকীয়ে দুই পুত্ৰ-বোৱাৰী, দুই কন্যা-জোঁৱাই আৰু ভালেসংখ্যক নাতি-নাতিনী, ভতিজা, ভাগিনসহ বহু আত্মীয়ক এৰি থৈ গৈছে। নিজৰাপাৰ ৰোডৰ ৰজাদুৱাৰ হাউলী নিৱাসী স্বৰ্ণ বৰদলৈৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

NKTV Digital
Author: NKTV Digital

382 COMMENTS

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...