হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত কোনে কোনে স্থান লাভ কৰিব?

১২ মে’ত দ্বিতীয়টো কাৰ্যকালৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই। কোন কোন বিধায়কে স্থান লাভ কৰিব নতুন মন্ত্ৰীসভাত। ইতিমধ্যে বিভিন্ন জল্পনা–কল্পনা আৰম্ভ হৈছে। অৱশ্যে সকলো নিৰ্ভৰ কৰিছে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব আৰু বিশেষকৈ NDAৰ বিধায়িনী দলৰ নেতা ড০ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত। ইয়াৰ মাজতে নৱ নিৰ্বাচিত বহু বিধায়কে আশা পালি ৰৈছে মন্ত্ৰিত্ব লাভ কৰিব বুলি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্বকাপ জয়ৰ পাছতো দলৰ পৰা বাদ! নিৰ্বাচকৰ সিদ্ধান্তত হতাশ SKY

T-20 বিশ্বকাপ জয়ী ভাৰতীয় দলৰ অধিনায়ক সূৰ্য কুমাৰ যাদৱে...

বিদেশী সাহায্য প্ৰত্যাখ্যানৰ পিছত নেপালৰ ইউ-টাৰ্ণ, বিধ্বংসী বানত বিচাৰিলে বিশেষজ্ঞৰ সহায়

বিধ্বংসী বান আৰু ভূমিস্খলনে জুৰুলা কৰা নেপালে অৱশেষত বিদেশী...

এছিয়ান গেমছত ক্ৰিকেটাৰৰ বাবে কিয় এনে ব্যৱস্থা? তম্বুত ড্ৰেছিং ৰুম, ৫০০ মিটাৰ দূৰত শৌচাগাৰ

আগন্তুক এছিয়ান গেমছৰ ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে জাপানত কৰা ব্যৱস্থাপনাক...

হাতীটোৱে নাচি থকা নাই… হয়তো নীৰৱে সহায় বিচাৰিছে!

হাতী এটাৰ শুঁৰ ইফালে-সিফালে দুলি আছে। মূৰটো একে ছন্দত...