দলং ভাগি তলত পৰিল চাৰিচকীয়া বাহন

অসম-মেঘালয় সীমান্তৰ মৌলাকান্ধিত ভয়ংকৰ ঘটনা। অন কেমেৰা দলং ভাগি নৈত পৰিল চাৰিচকীয়া বাহন।

চাৰিচকীয়া বাহনখন আছিল বালি। ঘটনাৰ পিছতেই সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ।

কথমপি প্ৰাণৰক্ষা চালক, সহ চালকৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হায়দৰাবাদত ভূমি বিক্ৰীৰ নতুন অভিলেখ: ৫.৩৮ একৰ প্লট বিক্ৰী ১,৪৪৭ কোটি টকাত

হায়দৰাবাদৰ ৰিয়েল ইষ্টেট খণ্ডত সৃষ্টি হৈছে নতুন অভিলেখ। তেলেংগানা...

অভিলেখ উচ্চতাত ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ, ৭২৯.৩ বিলিয়ন ডলাৰলৈ বৃদ্ধি ফৰেক্স ৰিজাৰ্ভ

ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰে নতুন অভিলেখ সৃষ্টি কৰিছে। আমেৰিকান...

সন্তানক লগত লৈ লোকপিয়লৰ দায়িত্ব পালন এগৰাকী মাতৃৰ

লোকপিয়লৰ দায়িত্বৰ সমান্তৰালকৈ পালন কৰিছে মাতৃ হোৱাৰ দায়িত্ব। নিজৰ...

তিব্বত বানৰ ভয়ংকৰ দৃশ্য চীনত প্ৰচাৰ কৰা হোৱা নাই

তিব্বতৰ আৰু নেপালৰ মাজৰ এক গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় সীমান্ত বাণিজ্য...