দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত হয় এই ভূমিকম্প। ৫.৯ প্ৰাবল্যৰ ভূমিকম্পৰ পিছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় দেশৰ কেইবাটাও প্ৰান্তত। জম্মু-কাশ্মীৰ, হাৰিয়ানা, পঞ্জাৱ, দিল্লী NCRত অনুভূত হয় এই ভূমিকম্প। পাকিস্তানৰ কেইবাখনো চহৰতো অনুভূত হয় এই ভূমিকম্প। ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল আফগানিস্তান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...

অমৃতপ্ৰভা, সন্দীপনৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাব অসম চৰকাৰ; SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ ঘোষণা

অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ...