২৩ বছৰ অনুৰ্ধ মহিলা ক্ৰিকেটলৈ অসম ক্ৰিকেট সন্থাৰ দল ঘোষণা

অহা ২৪ নৱেম্বৰৰ পৰা হাৰিয়ানাত হ’বলগীয়া বি চি চি আইৰ অনুৰ্ধ-২৩ মহিলা টি-২০ প্ৰতিযোগিতাৰ প্ৰথম দুখন খেলৰ বাবে অসম ক্ৰিকেট সন্থাই ৰাজ্যিক দলৰ নাম ঘোষণা কৰিছে ।

দলটো : জিন্টিমণি কলিতা ( অধিনায়িকা ), মৌচুমী নৰহ ( উপ অধিনায়িকা ), গায়ত্ৰী গুৰুং, খুছি শৰ্মা, ফ্লৰিনা টায়ে, হেমলতা পায়েং, শিৱানী বিষ্ণয় ( উইকেটকীপাৰ ), আমন্টিকা মুণ্ডা, ৰীমা পেগু, কাকু বৰ্মন, প্ৰিয়ংকা কলিতা, খুছি কুমাৰী, আকাংক্ষা শাণ্ডিল্য, গ্ৰীতিক্ষা শইকীয়া আৰু নেহা চন্দ ।


সহায়ক ষ্টাফ — মুখ্য প্ৰশিক্ষক : চেতন বি.ধিংৰা, সহকাৰী প্ৰশিক্ষক : অশোক তালুকদাৰ, সহকাৰী প্ৰশিক্ষক : চাণক্য শৰ্মা, ট্ৰেইনাৰ : নৱজিৎ কৌশিক, ফিজিঅ’ : ডি হামিদ আৰু ভিডিঅ’ বিশ্লেষক : কাৰ্তিক কুমাৰ ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্গাপূজাৰ সপ্তমীত অতিৰিক্ত বন্ধ ঘোষণা; ১৭ অক্টোবৰত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়

দুৰ্গাপূজাৰ মহাসপ্তমী উপলক্ষে অসম চৰকাৰে ২০২৬ চনৰ ১৭ অক্টোবৰ,...