বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ খিতাপ দখল নিউজিলেণ্ডৰ

নিউজীলেণ্ডৰ হাতত ধৰাশায়ী টীম ইণ্ডিয়া

  • বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ খিতাপ দখল নিউজিলেণ্ডৰ।
  • নিউজিলেণ্ডৰ ওচৰত সহজ আত্মসমৰ্পণ টীম ইণ্ডিয়াৰ।
  • ৮ উইকেটত পৰাস্ত ভাৰতীয় ক্ৰিকেট দল।
  • ১৩৯ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল ভাৰতে।
  • দুটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্য অতিক্ৰম নিউজিলেণ্ডৰ।
  • ভাৰতীয় বলাৰৰ দুৰ্বল প্ৰদৰ্শন।
  • দ্বিতীয় ইনিংছত ভাৰতীয় বেটছমেনো ৰাণ কৰাত ব্যৰ্থ।
  • নিউজিলেণ্ডৰ হৈ কেন উইলিয়ামছনৰ ৫২ ৰাণ।
  • ৰছ টেইলৰৰ ৪৭ ৰাণৰ অনবদ্য অৱদান।
  • প্ৰথমবাৰলৈ অনুষ্ঠিত হৈছিল বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ।
  • ইংলেণ্ডৰ ছাউদাম্পটনৰ এজেছ বাউলত ফাইনেল মেচ।
  • মেচখনত বৰষুণৰ বাধাসত্বেও নিৰ্ধাৰণ হ’ল ফলাফল।
  • বৰষুণেও পৰাজয়ৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে ভাৰতক।
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...