অসমৰ প্ৰাক্তন DGP নিশিনাথ চাংকাকতিৰ মৃত্যু

অসমৰ প্ৰাক্তন DGP নিশিনাথ চাংকাকতিৰ মৃত্যু। লেখক আৰু সমাজসেৱী ৰূপেও প্ৰখ্যাত আছিল তেওঁ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯০ বছৰ। বিপত্নীক আৰু নিঃসন্তান আছিল চাংকাকতি। ডাউনটাউন হাস্পতালত মৃত্যু নিশিনাথ চাংকাকতিৰ। ১৯৫৭ চনৰ পৰা ১৯৯২ চনলৈ তেওঁ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া আছিল। ১৯৮৬ চনত উৎকৃষ্ট সেৱাৰ বাবে তেওঁ ৰাষ্ট্ৰপতি পদক লাভ কৰিছিল। ‘কৰুণাধাৰা’ নামৰ স্বেচ্ছাসেৱী সংগঠনৰ অন্যতম জন্মদাতা আছিল তেওঁ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...