কোন হ’ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী?

মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীক লৈ মহাযুটিত টনা-আঁজোৰা। বিজেপি নেতা দেবেন্দ্ৰ ফাৰ্ণাবিজক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে বিজেপি কৰ্মীয়ে। মহাৰাষ্ট্ৰৰ ৰাজপথত ফাৰ্ণাবিজক মুখ্যমন্ত্ৰীৰূপে আঁৰিলে হৰ্ডিং। একনাথ সিন্দেৰ পৰিৱৰ্তে ফাৰ্ণাবিজক মুখ্যমন্ত্ৰীৰূপে দাবী বিজেপি কৰ্মীৰ। মহাৰাষ্ট্ৰত সৰ্বাধিক আসন দখলৰ দিশে বিজেপি। বৰ্তমানলৈ ১২৪খন আসনত অগ্ৰগতি বিজেপি দলৰ। ইতিমধ্যে ৭খন আসনত জয়লাভ কৰিছে বিজেপিৰ প্ৰাৰ্থীয়ে। শিৱসেনাৰ একনাথ সিন্দে গোটে দখল কৰিছে ৪খন আসন। ৫৫খন আসনত বৰ্তমানলৈ অগ্ৰগতি একনাথ সিন্দে গোটৰ। অজিত পাৱাৰ নেতৃত্বাধীন NCP-য়ে দখল কৰিছে ৩খন আসন। ৩৭খন আসনত বৰ্তমানলৈ অগ্ৰগতি NCP-ৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...