ৰাজ্যত আগন্তুক ৪-৫ দিনলৈ বৰষুণ-ধুমুহাৰ আগজাননী

ৰাজ্যত আগন্তুক ৪-৫ দিনলৈ বৰষুণ-ধুমুহাৰ আগজাননী। ঠায়ে ঠায়ে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। তীব্ৰ গ্ৰীষ্ম প্ৰৱাহে কেইবাদিনে ব্যাহত কৰিছিল জনজীৱন। আহিনৰ প্ৰথমজাক বৰষুণে কিছু সকাহ দিছিল ৰাজ্যবাসীক। ইয়াৰ পাছতে ধাৰাবাহিক বৰষুণৰ আগজাননী বতৰ বিজ্ঞান বিভাগৰ। ইতিমধ্যে ঠায়ে ঠায়ে আৰম্ভ হৈছে পাতলীয়া বৰষুণ। বংগোপসাগৰত হোৱা নিম্ন চাপৰ বাবে উত্তৰ-পূবত বৰষুণৰ সম্ভাৱনা। সোমবাৰে অহা বৰষুণজাকে ৰাজ্যৰ ভিন্ন প্ৰান্তত কৰিলে বিস্তৰ ক্ষতি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...