আকৌ বান, পাহাৰৰ পৰা নামি অহা ঢলে বুৰালে বিস্তীৰ্ণ অঞ্চল

গোৱালপাৰাত পাহাৰৰ পৰা নামি অহা ঢলৰ ভয়াৱহ ৰূপ। মেঘালয়ৰ পাহাৰৰ পৰা নামি অহা ঢলে মাটিয়াৰ বামুনপাৰাত ছিঙিলে বান্ধ ।দুধনৈ নৈৰ বান্ধ ছিঙি প্লাবিত হৈছে বিস্তীৰ্ণ অঞ্চল। দুধনৈ নৈৰ বান্ধ ছিঙাৰ ফলত বানৰ কৱলত পৰিছে বহু পৰিয়াল। শুকুৰবাৰে নিশাৰ পৰা নেৰানেপেৰা বৰষুণ গোৱালপাৰাত। নেৰানেপেৰা বৰষুণৰ ফলত দুধনৈ নদীৰ পানী ওফন্দি উঠাত ছিঙিলে বান্ধ। বামুনপৰা, বাকাইটাৰী আৰু নন্দেশ্বৰ গাঁৱতো সোমাইছে পানী।

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি। আঙুঠিটোৰ...

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ। ৰাণী ব্লক স্থানান্তৰ কৰাক...

ধিঙত আকৌ ধৰ্ষণৰ ঘটনা সংঘটিত হ’ল

ধিঙত ইমান ধৰ্ষণকাৰী ক’ৰপৰা আহিল? শেহতীয়া ঘটনাটো মনত আছেনে?...