জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ সংঘৰ্ষত নিহত ৪ সেনা জোৱান

জম্মু-কাশ্মীৰত পুনৰ সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ। সন্ত্ৰাসবাদী-সেনাৰ গুলিয়াগুলীত নিহত হৈছে ৪ সেনা জোৱান। ডোদা জিলাৰ ডেছা বনাঞ্চলত তালাচীৰ সময়তে হয় সংঘৰ্ষ। সোমবাৰে নিশা হোৱা সংঘৰ্ষত আহত হয় এজন আৰক্ষীও। ঘটনাৰ পিছতে চিকিৎসালয়ত ভৰ্তি কৰোৱাহয় আৰক্ষীজনক। সেনা আৰু আৰক্ষীৰ SOG-এ চলাইছিল অভিযান। বনাঞ্চলত সন্ত্ৰাসবাদী লুকাই থকাৰ খবৰ আছিল নিৰাপত্তাৰক্ষীৰ হাতত। দুই পক্ষৰ মাজত প্ৰায় ২০ মিনিট ধৰি চলে গুলিয়াগুলী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আৰক্ষীৰ নামত বলপূৰ্বক ধন দাবী: দৌলাশাল আৰক্ষীৰ জালত হুছেইন আলী

মুকালমুৱা — আৰক্ষীৰ নাম লৈ আৰু ভয়-ভাবুকি প্ৰদৰ্শন কৰি...

২০২৭ বিশ্বকাপৰ লক্ষ্যৰে নতুন নিৰ্বাচক?

পূৰ্বৰ ভাৰতীয় তাৰকা বেটাৰ ভিভিএছ লক্ষ্মণ হ'ব নেকি ভাৰতীয়...