২০২৩-২৪ বিত্তীয় বৰ্ষত কাজিৰঙালৈ আগমন ৩.২৭ লাখ পৰ্যটকৰ

অভিলেখসংখ্যক পৰ্যটকে ভ্ৰমণ কৰিলে কাজিৰঙা

২০২৩-২৪ বিত্তীয়বৰ্ষত ৰাজহ সংগ্ৰহ ৮,৮১,৮৪,১৬১ টকা

২০২৩-২৪ বিত্তীয় বৰ্ষত কাজিৰঙালৈ আগমণ ৩.২৭ লাখ পৰ্যটকৰ

এশিঙীয়া গঁড়ৰ লগতে জীৱ-জন্তুৰ ৰম্যভূমি কাজিৰঙা

২০২৩-২৪ বিত্তীয় বৰ্ষত ৩,১৩,৫৭৪ গৰাকী দেশী পৰ্যটকৰ কাজিৰঙা ভ্ৰমণ

১৩,৯১৯ গৰাকী বিদেশী পৰ্যটক আহিল ২০২৩-২৪ বিত্তীয় বৰ্ষত

মুঠ ৩,২৭,৪৯৩ গৰাকী পৰ্যটকৰ আগমন কাজিৰঙালৈ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...