যোৰহাটত নাহৰফুটুকীৰ সন্ত্ৰাস

এইবাৰ যোৰহাটৰ ঢেকেলিয়াত পিঞ্জৰাবদ্ধ হৈছে নাহৰফুটুকী। এটা পষেকত দ্বিতীয়টো নাহৰফুটুকী পিঞ্জৰাবদ্ধ হৈছে অঞ্চলটোত। পশ্চিম যোৰহাটৰ বৃহৎ অঞ্চলটোত দীৰ্ঘদিনে নাহৰফুটুকীয়ে সৃষ্টি কৰি আহিছে ত্ৰাসৰ। গোহালিৰ গৰু, গড়ালৰ হাঁহ, মুৰ্গী খাই বাঘটোৱে সৃষ্টি কৰিছিল ত্ৰাসৰ। নাহৰফুটুকীটো ধৰিবৰ বাবে তিনিদিন পূৰ্বে বনবিভাগে স্থাপন কৰিছিল পিঞ্জৰা। অৱশেষত পিঞ্জৰাবদ্ধ হয় পশ্চিম যোৰহাটৰ শেহতীয়া ত্ৰাসৰ কাৰণ নাহৰফুটুকীটো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...