ড্ৰাগছৰ বিৰুদ্ধে চলিছিল অভিযান, ওলাল বৃহৎ পৰিমাণৰ নকল সোণ

শোণিতপুৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। অকাবস্তী বঙালী গাঁৱত এক অভিযান চলাই জব্দ কৰে ড্ৰাগছসহ নকল সোণ। চাৰিদুৱাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি চলোৱা এক অভিযানত জব্দ হয় নকল সোণ আৰু ড্ৰাগছ। অভিযানত আৰক্ষীয়ে জব্দ কৰে ৭৩টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ, চাবোনৰ বাকচ। ড্ৰাগছৰ লগতে এখন নকল সোণৰ নাও জব্দ কৰে আৰক্ষীয়ে। ৰুস্তম আলী, ফিৰোজ খান, বসু বৰাইক, ৰেহেনা খাটুনক আটক কৰে আৰক্ষীয়ে। বৰ্তমানেও তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...