মানৱজাতিৰ ওপৰত ৰুষ্ট হৈ পৰিছে নেকি প্ৰকৃতি?

মানৱজাতিৰ প্ৰতি যেন ৰুষ্ট হৈ পৰিছে প্ৰকৃতি। ইটোৰ পাছত সিটোকৈ প্ৰকৃতিক দুৰ্যোগে জোকাৰি গৈছে মানৱজাতিক। ছিকিমৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ সংঘটিত হৈছে এক ভূমিকম্পৰ ঘটনা। এই ভূমিকম্পৰ ঘটনাত মৃত্যু হৈছে ২০০০তকৈও অধিক লোকৰ।

ছিকিমৰ ঘটনাৰ মাজতে এইবাৰ ভূমিকম্পত তচনচ হ’ল আফগানিস্তান। আফগানিস্তানৰ হেৰাট প্ৰদেশত হোৱা এই ভূমিকম্পত ২,০০০তকৈও অধিক লোক নিহত হৈছে।

এক প্ৰতিবেদন অনুসৰি এই ভূমিকম্পৰ ফলত ৪৬৫ টা ঘৰ ধ্বংস হয়। এই সময়তো বহুতো লোক খহি পৰা অট্টালিকাৰ তলত আৱদ্ধ হৈ থাকিব পাৰে। ভূমিকম্পটোৰ কেন্দ্ৰস্থল হেৰাট চহৰৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ উত্তৰ-পশ্চিমত আছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...