অসমীয়া চিনেমা জগতৰ বাবে আৰু এটা ভাল খবৰ

ছিকাগো ছাউথ এছিয়ান চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত ৰূপজ্যোতি বৰঠাকুৰ পৰিচালিত ছবি সত্যঃ দ্য ট্ৰুথ

২০২৩ চনৰ ২৪ ছেপ্টেম্বৰত আমেৰিকাৰ ছিকাগো চহৰৰ আইকন থিয়েটাৰত প্ৰদৰ্শিত হ’ব ছবিখন।

ৰূপজ্যোতি বৰঠাকুৰ(বাবা)ৰে পৰিচালনা কৰিছে ছবিখন।

তিলোত্তোমা তালুকদাৰে চিটি প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনত নায়কৰ ভূমিকাত অভিনয় কৰিছে উৎপল দাসে।

ছবিখনৰ সংগীত পৰিচালনা দিগন্ত ভাৰতী আৰু তৰালি শৰ্মাৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...