এইবাৰ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰসকলেও পাব স্কুটী

শেহতীয়াকৈ যেন ৰাইজৰ সকলো অভাৱ অভিযোগ পলকতে পূৰ্ম কৰি দিবলৈ বদ্ধপৰিকৰ হৈ উঠিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। আজি ছয়গাঁৱত কেইবাটাও অনুষ্ঠানত ভাগ লৈ আকৌ এবাৰ ৰাইজলৈ বুলি বহুকেইটা পেকেজ ঘোষণা কৰিলে মু্খ্যমন্ত্ৰীয়ে। তাৰ ভিতৰত অন্যতম উপহাৰটো হল- এইবাৰ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ কৰি ছাত্ৰসকলেও পাব স্কুটী।

https://youtu.be/nKjPNBmvLnY
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰমুজ প্ৰণালীৰ নিয়ম উলংঘাকাৰী জাহাজক জৰিমনা আৰু জব্দ কৰাৰ হুংকাৰ ইৰানৰ

বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ শক্তি পৰিবহন পথ হৰমুজ প্ৰণালীৰে চলাচল...

কেৰালাৰ কাজীয়া লিজ মেজোৰ শিৰত ‘মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৬’ৰ মুকুট

কেৰালাৰ মাৱেলিক্কৰাৰ অধিবাসী কাজীয়া লিজ মেজোৱে ‘মিছ ইউনিভাৰ্ছ ইণ্ডিয়া...

২০৩৫ চনৰ ভিতৰত ভাৰতৰ থাকিব নিজা মহাকাশ কেন্দ্ৰ: ইছৰ’ৰ অধ্যক্ষ

ভাৰতে ২০৩৫ চনৰ ভিতৰত 'ভাৰতীয় অন্তৰীক্ষ ষ্টেচন' (BAS) নামৰ...