অন্ত পৰিব নেকি ইমৰান খানৰ ৰাজনৈতিক কেৰিয়াৰ?

৫ বছৰলৈ প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব ইমৰান খানে। পাকিস্তানৰ নিৰ্বাচন আয়োগে ইমৰান খানক অযোগ্য ঘোষণা কৰিছে। বিদেশী ৰাষ্ট্ৰপ্ৰধানে উপহাৰ দিয়া সামগ্ৰীসমূহ অবৈধভাবে বিক্ৰী কৰাৰ অভিযোগ। পাকিস্তানৰ মুখ্য নিৰ্বাচনী আয়ুক্ত চিকন্দৰ চুলতান ৰাজাৰ অধ্যক্ষতাত অনুষ্ঠিত ৪জনীয়া সদস্যৰ আয়োগে অযোগ্য ঘোষণা কৰে ইমৰান খানক।

আয়োগৰ এই ঘোষণাৰ সময়ত পঞ্জাৱ প্ৰদেশৰ কোনো সদস্য উপস্থিত নাছিল। আজি উপস্থিত থকা ৪জনীয়া সদস্যৰ সৰ্বসন্মতিক্ৰমে অযোগ্য ঘোষণা কৰে ইমৰান খানক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...