অনুপ চেতিয়াৰ জিয়ৰী এতিয়া বাংলাদেশৰ বোৱাৰী!
দৰা কোন জানেনে?

  • বাংলাদেশী যুৱকৰে আলফা নেতাৰ কন্যাৰ বিয়া
  • অনুপ চেতিয়াৰ কন্যা বন্যা বৰুৱাৰ বিয়াক লৈ চৰ্চা
  • দৰা-কইনাৰ ইচ্ছাৰ সপক্ষে সন্মতি পিতৃ অনুপ চেতিয়াৰ
  • চাবুৱাৰ জেৰাইত বিবাহৰ পূৰ্বৰ মাংগলিক কাৰ্য সম্পন্ন
  • দৰা অষ্ট্ৰেলিয়া নিবাসী বাংলাদেশী যুৱক অনিৰ্বাণ চৌধুৰী
  • বাংলাদেশৰ ধানমণ্ডিৰ মাষ্টাৰমাইণ্ড আন্তঃৰাষ্ট্ৰীয় বিদ্যালয়ত চিনাকি দুয়োৰে
  • ৩০ ছেপ্টেম্বৰত সম্পন্ন হয় ন-পুৰুষৰ সকাম
  • ১ অক্টোবৰত পৰম্পৰাগতভাৱে বিয়া তোলে মহিলাসকলে
  • ২ অক্টোবৰত চেতিয়াৰ বাসগৃহত স্থানীয় ৰাইজক অভ্যৰ্থনা
  • ২৫ নৱেম্বৰত মেলবৰ্ণত আনুষ্ঠানিকভাৱে সম্পন্ন হ’ব বিবাহ
  • ৩০ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ চাবুৱাত সামাজিক নীতি-নিয়ম সম্পন্ন
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্বৰ একমাত্ৰ দ্বীপ; য’ত ৬ মাহ ফ্ৰান্স আৰু ৬ মাহ স্পেইনৰ শাসন চলে

ইউৰোপত এনে এক অদ্ভূত নদী দ্বীপ আছে, য’ত শতিকা...

কেতিয়াবা বন্ধুত্ব, কেতিয়াবা সংঘাত: কিয় ইমান জটিল পাকিস্তান আৰু ইৰানৰ সম্পৰ্ক?

পাকিস্তানৰ সেনা প্ৰধান ফিল্ড মাৰ্শ্বাল আছিম মুনীৰে ইৰান আৰু...