পুনৰ বিজেপিমুখী হ’ব বহু কেইজন কংগ্ৰেছী

পুনৰ বিজেপিমুখী হ’ব বহু কেইজন কংগ্ৰেছী
গেৰুৱা বসন পিন্ধিবলৈ সাজু প্ৰাঞ্জল ঘাটোৱাৰ
প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী পুত্ৰৰ বিজেপি আগমনক লৈ অসন্তুষ্ট বিধায়ক
গৃহমন্ত্ৰী আৰু ৰাষ্ট্ৰীয় সভাপতি উপস্থিতিত গেৰুৱা হ’বলৈ সাজু বহু কংগ্ৰেছী
৮ অক্টোবৰত খানাপাৰাত অনুষ্ঠিত হ’ব বিজেপিৰ দলীয় সভা
উপস্থিত থাকিব খোদ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা
চৰম অসন্তুষ্টি মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ
ঘাটোৱাৰ পৰিয়ালৰ হাৰাশাস্তিৰ বাবেই বিজেপিলৈ আহিছিল বহু কংগ্ৰেছী
প্ৰাঞ্জল ঘাটোৱাৰৰ বিজেপি আগমনৰ খবৰত অসন্তুষ্ট মৰাণ বিজেপি

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...